Kadve Pravachan
Kadve Pravachan Preview

Kadve Pravachan

  • Tue May 28, 2019
  • Price : 195.00
  • Diamond Books
  • Language - Assamese
This is an e-magazine. Download App & Read offline on any device.

মুনিশ্ৰী তৰুণ সাগৰঃ এক যাত্ৰা জন্মঃ জুন দীক্ষাঃ জুলাই গুঁহচী-জি, -দমোহা(ম.প্ৰ.) বগীদৌৰা, জি,-বাঁসবাড়া(ৰাজ.) দীক্ষাগুৰুঃ আচাৰ্য শ্ৰী পুষ্পনন্দ সাগৰ • 13 বছৰ বয়সত জৈন সৈন্যাস • 20 বছৰ বয়সয়ত দিগম্বৰ মুনি দীক্ষা • 33 বছৰ বয়সয়ত লাল কিল্লাত ৰাষ্ট্ৰক সম্বোধন • 35 বছৰ বয়সয়ত ‘ৰাষ্ট্ৰসন্ত’ ৰ সন্মানেৰে সন্মানিত • 37 বছৰ বয়সয়ত গুৰু-মন্ত্ৰ দীক্ষা দিয়াৰ নতুন পৰম্পৰা আৰম্ভ কৰে • 38 বছৰ বয়সয়ত ‘ভাৰতীয় সেনা’ ক সম্বোধন আৰু সেনাৰ দ্বাৰা ‘গাৰ্ড অফ অনাৰ’ ৰ সন্মান • 39 বছৰ বয়সয়ত ৰাজভৱন (বেংগেলোৰ) ত অতিবিশিষ্ট লোকক সম্বোধন আৰু শ্ৰৱণবেলগোলা (বেং.) আন্তৰাষ্ট্ৰীয় ভ. বাহুবলীৰ মহামস্তিকাভিষেক মহোৎসৱত মুখ্য বক্তা • 40 বছৰ বয়সয়ত অসুস্থ হোৱাৰ পিছতো(18 চেপ্তেম্বৰ 07 কোলহাপুৰ)মুনি পদত থকাৰ ঐতিহাসিক নিৰ্ণয় • 43 বছৰ বয়সয়ত আৰএচএচ ৰ মুখ্য পথ সঞ্চালন (নাগপুৰ)ত সন্মিলিত স্বয়ং সেৱকক সম্বোধন আৰু মুখ্যমন্ত্ৰী নিৱাস (ৰায়পুৰ)ত প্ৰৱচন • 44 বছৰ বয়সয়ত ম.প্ৰ. ৰ বিধানসভা (27 জুলাই 2010)ত মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী নিৱাস (8 ডিচেম্বৰ)ত সম্বোধন • 45 বছৰ বয়সয়ত ‘গিনীজ ৱৰ্ল্ড ৰেকডৰ্চ’ (2 অক্টুবৰ 2012,আহমেদাবাদ) আৰু ‘লিমকা বুক ৰেকৰ্ডচ’(28 আগস্ট 2012)ত স্থান প্ৰাপ্ত • 46 বছৰ বয়সয়ত 2500 বছৰৰ জৈন ইতিহাসত প্ৰথম বাৰ দিগম্বৰ অৰু শ্বেতম্বৰ মুনিৰ সংযুক্ত চাতুৰ্মাহ (জয়পুৰ 2013) • 47 বছৰ বয়সত 14 বছৰ পিছত দিল্লী আগমনত ডাইমন্ড বুকচ্ৰ দ্বাৰা 14 টা ভাষাত বহু চৰ্চিত কৃতি ‘কঠোৰ প্ৰবচন’ৰ প্ৰকাশন